দৃঢ়ভাৱে ডিজাইন কৰা ভেটিত নিৰ্মিত Twenty Twenty-Two-এ এই ধাৰণাটোক আঁকোৱালি লৈছে যে সকলোৱেই প্ৰকৃততে এটা সুকীয়া ৱেবছাইটৰ যোগ্য। থীমটোৰ সূক্ষ্ম শৈলীবোৰ চৰাইৰ বৈচিত্ৰ্য আৰু বহুমুখীতাৰ পৰা অনুপ্ৰাণিত: ইয়াৰ টাইপ’গ্ৰাফী লাইটওৱেইট যদিও শক্তিশালী, ইয়াৰ ৰঙৰ পেলেট প্ৰকৃতিৰ পৰা আঁজোৰা হৈছে আৰু ইয়াৰ লে’আউটৰ উপাদানবোৰ পৃষ্ঠাত অৰুক্ষভাৱে বহে। Twenty Twenty-Two-ৰ প্ৰকৃত সমৃদ্ধি ইয়াৰ কাষ্টমাইজেশ্যনৰ সুযোগত নিহিত হৈ…
twentytwentytwo.1.9.zip